Thursday, 24 March 2016

সুবাস::::মাৰ্চ ২০১৬ সংখ্যা

মন উতলা কৰা ফাগুনৰ পচোৱা, মন ৰঙীণ কৰি তোলা পলাশৰ ৰঙা ৰঙৰ বতৰৰ এই উৎসৱমুখৰ পৰিৱেশত সকলোলৈকে শুভেচ্ছা জনাই আগবঢ়াইছো "সুবাস"ৰ মাৰ্চ ২০১৬ সংখ্যা৷ চাবলৈ গ'লে সুবাস এটা সমূহীয়া ব্লগৰ নিচিনাহে৷ আমালৈ লেখা আগবঢ়াই মৰম-চেনেহ-শুভেচ্ছা প্ৰদৰ্শন কৰা প্ৰতিগৰাকী ব্যক্তিলৈ ধন্যবাদ যাচিছোঁ৷


::: এই সংখ্যাত আছে  :::       

(পঢ়িবৰ বাবে কাষত থকা লিংকবোৰত ক্লিক কৰক)


                                                                                                                                                

গল্প

মৌচুমী দাসৰ চাইফিক গল্প:: কেফ্ৰচিয়া
ধৰ্মজ্যোতি ভট্টাচাৰ্যৰ :: ৰাজনীতি

প্ৰবন্ধ

নটৰাজ দাসৰ :: ফাগুনৰ এটি অনুভৱ
মন্টু কুমাৰ ডেকাৰ :: সন্তুষ্টি


লগতে
ৰাজীৱ লোচন শৰ্মাৰ :: আপুনি জানেনে


কবিতা


স্মৃতিৰেখা বৰুৱা ফুকনৰ ::  ক্ৰমশঃ
হেমেন্দ্ৰ কুমাৰ বৰ্মণৰ :: অক্ষমনীয়
নটৰাজ দাসৰ :: যাযাবৰ
ঋতুঞ্জয় ভূঞাৰ :: ধনশিৰি
গুণজিৎ পাঠকৰ :: মিথ্যা
কৌশিক বাস্যসৰ ::  সুৰবোৰ
কবীৰ ৰঞ্জন দাসৰ :: মিলন
দ্ৰিচাং বসুমতাৰীৰ::  জোনৰ নামত
ধৰ্মজ্যোতি ভট্টাচাৰ্যৰ :: প্ৰেমৰ লিমাৰিক
মন্টু কুমাৰ ডেকাৰ :: উদ্ধাৰ
শৰৎ চন্দ্ৰ বসুমতাৰীৰ::  কেৱল তোমাৰ বাবেই

অনুভৱ


হেমেন্দ্ৰ নাথ তহবিলদাৰৰ ::   হজম কৰিব নোৱাৰা সেই চাহকাপ


অনুবাদ




আৰু
সজকথা শিতানত :: কেনেদৰে বুৰিল?

কবিতা নাথৰ তুলিকাত

Friday, 19 February 2016

সুবাস: ফেব্ৰুৱাৰী ২০১৬

এই সংখ্যাত আছে  ::::
(পঢ়িবৰ বাবে কাষত থকা লিংকবোৰত ক্লিক কৰক)

::::প্ৰৱন্ধ::::
প্ৰিয়ৰঞ্জন দাসৰ      হোলীগীত আৰু হোলীগীতত ফাগুনৰ চিত্ৰ

::::গল্প::::
প্ৰাঞ্জল অনুভৱীৰ     মোবাইল
ডঃ মাখন লাল দাসৰ    আৱৰ্জনা

::::অনুভৱ::::
মন্টু কুমাৰ ডেকাৰ   মৃত্যু
বিজয় এ চাংমাৰ    তুমি জিলিকি থাকা

::::কবিতা::::
দীপালি দেৱী চৌধুৰীৰ   এতিয়া ক'ত?
গুণজিৎ পাঠকৰ   উকা অনুভূতি
লোচন বৰাৰ   বিশ্লেষণ
পুলক ৰিক্তসিক্তআৰক্ত ৰঞ্জনৰ   গণৰাজ্য দিৱসৰ আদিপাঠ
হেমেন্দ্ৰ কুমাৰ বৰ্মণৰ   এটা বন্ধ ঘড়ী
চুলতান মাহমুদ মিৰ্ধাৰ   সময়
আহমদ জাকীৰ   প্ৰেমৰ অন্তিম ষ্টেছন
ঋতুঞ্জয় ভূঞাৰ   ভোগালী
পূৰ্ণানন্দ চুতীয়াৰ   পুৱাৰ চোতাল
ধৰ্মজ্যোতি ভট্টাচাৰ্যৰ  লিমাৰিক
নৱজিত শইকীয়াৰ   বলাৎকাৰী সৈনিক আমি
কবীৰ ৰঞ্জন দাসৰ   ওলোটা খৰ

আৰু
সজকথা শিতানত  বিয়পাই দিয়ক

এই সংখ্যাৰ সম্পাদনা: ডঃ মাখন লাল দাস